Ad Code

All hindu country and their flags in Assamese_ হিন্দু ধৰ্মীয় দেশ সমূহ আৰু পতাকা

 All hindu country and their flags in Assamese



হিন্দু ধৰ্ম হল পৃথিৱীৰ ভিতৰত Chiristian আৰু islam ধৰ্মৰপিছত তৃতীয় ডাঙৰ ধৰ্ম। হিন্দু ধৰ্ম 4000 বছৰ পুৰণি ধৰ্ম বুলি জনা যায়। ইয়াৰ ওপৰিও পৃথিৱীৰ ভিতৰত 95 শতাংশ হিন্দু ধৰ্মৰ মানুহ ভাৰতবৰ্ষ আৰু নেপালত বাস কৰে যদিও হিন্দু ধৰ্মীয় মানুহ প্ৰায় পৃথিৱীৰ সকলো দেশতে বাস কৰা দেখা যায়। 



2011 চনৰ লোকপিয়ল অনুসৰি, পৃথিৱীৰ ভিতৰত অধিক হিন্দু ধৰ্ম মানুহৰ জনবসতি থকা দেশসমূহ হল' 

 ভাৰতবৰ্ষ, নেপাল, বাংলাদেশ, ইণ্ডোনেছিয়া, পাকিস্তান, শ্ৰী লংকা, মালেচিয়া, ম্যানমাৰ, ভূটান, ছিংগাপুৰ, ফিজি, ছাউথ আফ্ৰিকা, Bahrain  আৰু United State এই কেইটা দেশত হিন্দু ধৰ্মৰ মানুহ বেছি সংখ্যক পোৱা যায়। 


2011 চনৰ লোকপিয়ল অনুসৰি পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক মানু্হ খৃষ্টান ধৰ্মীয় লোক। যিটো 2,382 billion লোক Christian, যিটো 2050 চনৰ ভিতৰত 2.9 billion লৈকে বৃদ্ধি পাব। 

ইছলাম ধৰ্মৰ লোক হল প্ৰায় 1910 billion যিটো কালক্ৰমত 2021 চনত ইয়াৰ দুগুণত কৈয়ো অধিক হোৱাৰ সম্ভাৱনা আছে।

হিন্দু ধৰ্মৰ লোক হল 1251 billion যিটো 2021 চনৰ লোকপিয়লত দুগুণ দেখিবলৈ পোৱা যাব। 


এই খিনিতে উল্লেখ কৰিব পাৰি যে পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ আৰু শান্তিৰ ধৰ্ম বুলি যদিওঁ ইছলাম ধৰ্মক কোৱা হয় কিন্তু খৃষ্টান ধৰ্মীয় লোকৰ সংখ্যা হে অধিক। পৃথিৱীৰ সকলো ঠাইতে Christian লোকে বাস কৰে। খৃষ্টান ধৰ্ম পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ধৰ্ম। 



হিন্দু ধৰ্ম এটা বহু পুৰণি ধৰ্ম। এই ধৰ্মৰ কেইটা মান বিখ্যাত গ্ৰন্থ আছে যিবিলাকৰ কাৰণে হিন্দু ধৰ্ম বিখ্যাত। সেই কেইটা মহান গ্ৰন্ধ হল ৰামায়ন, মহাভাৰত, ভাগৱত গীতা, উপনিষদ, দুখন উপনিষদ হল, তৈত্তিৰীয় উপনিষদ আৰু ঈশোপনিষদ ।ইয়াৰ উপৰিও হিন্দু ধৰ্মৰ চাৰিটা প্ৰধান বেদ আছে। সেইকেইটা হল ঋক, যজু, সাম, আৰু অথৰ্ব বেদ।  এই চাৰি প্ৰকাৰৰ বেদ হল ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ।



হিন্দু ধৰ্মীয় দেশ আঁৰু ইয়াৰ পতাকা সমূহ:


India __________🇮🇳🇮🇳🇮🇳

Malaysia_______🇲🇾🇲🇾🇲🇾

Indonesia ______🇮🇩🇮🇩🇮🇩

Bhutan ________🇧🇹🇧🇹

Pakistan _______🇵🇰🇵🇰🇵🇰

Bahrain ________🇧🇭🇧🇭🇧🇭

Myanmar _______🇲🇲🇲🇲🇲🇲

South Africa _____🇸🇦🇸🇦🇸🇦

Singapore _______🇸🇬🇸🇬🇸🇬

Sri Lanka ________🇱🇰🇱🇰🇱🇰


হিন্দু ধৰ্মৰ কোনো এজন মুখ্য ব্যক্তি নাই যে তেওৰ কথা বা তেওৰ বিশ্বাসত হিন্দু ধৰ্ম পালন কৰা হয়। গতিকে হিন্দু ধৰ্ম বেদৰ উপৰত বিশ্বাস কৰি পালন কৰা হয়। ই এটা সূকীয়া ধৰ্ম। ইয়াৰ ওপৰিও হিন্দু ধৰ্মত নানান ধৰণৰ পূজা পাৰ্বন কৰা হয়। অসমত হিন্দু ধৰ্মৰ পাৰম্পৰিক অনুষ্ঠান যেনে বিহু পালন কৰা হয়। বিহু হল অসমীয়া সকলৰ এটা উৎসপ। বিহু আহিলে অসমীয়াৰ মাজত এক অপুৰণীয় আনন্দই বাঁহ লয়।


বিহু মূলতঃ তিনি প্ৰকাৰৰ। বহাগ বিহু, মাঘ বিহু, আৰু কাটি বিহু,  যদি আপোনালোকে বিহুৰ বিষয়ে ভাল কৈ জানিব খোজে তেতিয়া হলে comment কৰি মোক জনাওক। আৰু next এনেকুৱা interesting নিবন্ধ পঢ়ি থাকিবলৈ আপোনাৰ এমাইলেৰে আমাৰ চেনেল টো subscribe কৰক, মই যেতিয়াই আৰ্টিকল published কৰোঁ সকলোৰে আগত আপোনাৰ তাতে notification যাবলৈ  



Content writter_ the founder of www.hhtps://globaltrending.online


Thank you all❤️



Post a Comment

0 Comments

Close Menu