Ad Code

How to write first page of a project in Assamese_ assignment writing_easy writing in assamese_Cagesof knowledge

How to write first page of a project assignment in Assamese language


কোনো এটা project বা assignment লিখিবলৈ হলে কিছুমান কথা মনত ৰাখিব লাগে নহলে পৰীক্ষাত নুম্বৰ পোৱা নাযায়। কিন্তু আমি সকলোয়ে ভালকৈ project লিখি গোটেই খিনি নোম্বৰ পাব বিচাৰোঁ। গতিকে আমাৰ জানিব লাগিব কিছুমান tips and tricks ৰ বিষয়ে যিবোৰ tips follow কৰিলে আপুনিও পাব পৰিব আপোনাৰ project ত full marks.

কেতিয়াবা আপুনিও এনেকুৱা প্ৰব্লেমত পৰিছে নেকি যে পৰীক্ষাৰ প্ৰজেক্ট লিখিব দিছে আৰু আপুনি নাজানেয়ে কেনেকৈ আৰম্ভ কৰিব লাগে কেনেকৈ প্ৰজেক্টৰ first page লিখিব লাগে। যদি এনেকুৱা problem ত face কৰিছে তে বলক মই আজি আপোনাক কিছুমান এনেকুৱা কিছুমান tips ৰ বিষয়ে কৈ যাওঁ যিবোৰ মনত ৰাখি assignment কৰিলে মাষ্টৰে আপোনাক full marks দিবলৈ বাধ্য হব। 





কোনো এটা project ৰ ভিতৰত কি লিখা আছে সেইটো চাই শিক্ষকে number নিদিয়ে। আপোনাৰ assignment ৰ first page অৰ্থাৎ আপোনাৰ project ৰ যিটো first page থাকে সেইটো চাইয়ে শিক্ষকে গম পায় যায় যে project ৰ ভিতৰত কি লিখা আছে। গতিকে আপুনি যদি first page ভালকৈ লিখিব পাৰে আৰু আপোনাৰ assignment ৰ cover page ৰ design user friendly হয় তেন্তে আপুনিও লাভ কৰিব full marks.

Cover page কেনেকৈ বনাব লাগে ? 

Cover page হৈছে আপোনাৰ assignment ৰ first page. কিন্তু এইটো page ক assignment ৰ page হিচাপে ধৰা নহয়। এইটো পেজত আপুনি ধুনীয়া কৈ আপোনাৰ নাম, স্কুলৰ নাম, ৰল নাম্বাৰ, আৰু আপুনি যিটো বিষয়ৰ উপৰত project লিখিব সেইটো বিষয় subject হিচাপে লিখিব লাগিব।

প্ৰথম cover page টো লিখিবলৈ আপুনি নানান ধৰণৰ ৰঙীন কমল বা ৰং ব্যৱহাৰ কৰিব পাৰে। Normal কলমেৰে লিখাত কৈ নানান ধৰণৰ কলমেৰে লিখিলে cover page টো দেখাত আকৰ্ষিত হব যাৰ ফলত শিক্ষকে আপোনাৰ project ৰ ওপৰৰ cover page টো চায়ে ভাল লাগিব আৰু আপোনাৰ assignment টো ভালকৈ পঢ়িবলৈ শিক্ষক আকৰ্ষিত হৈ উঠিব।


Assignment first page writing

Cover page design ভালকৈ কৰাৰ পিছত আহিব আপোনাৰ assignment ৰ first page যিটো পেজত আপুনি আপোনাৰ project টো যিটো বিষয়ৰ উপৰত লিখিব লাগে সেইটো topic ৰ উপৰত লিখা আৰম্ভ কৰিব।
 Assignment ৰ উপৰত লিখাৰ আগতে আপোনাক চাব লাগিব শিক্ষকে আপোনাৰ project ৰ বিষয়ৰ উপৰত শব্দৰ সীমাবদ্ধতা দিছে নেকি। কিয়নো কেতিয়াবা দেখিবলৈ পোৱা যায় যে পৰীক্ষাত project বা বেলেগ কোনো ধৰণৰ ৰচনা লিখিবলৈ দিলে মাজে সময়ে শব্দৰ সীমাবদ্ধতা থাকে। গতিকে আপোনাৰ প্ৰজেকৰ সমাপ্ত (conclusion) সেই খিনি শব্দৰ ভিতৰতে কৰিব লাগিব। আৰু যদি কোনো ধৰণৰ সীমাবদ্ধতা নাথাকে তথাপিও লক্ষ্য ৰাখিব লাগিব যাতে অধিক পেজ লিখিবলৈ যায় আপুনি অদৰকাৰী কথা নিলিখে। তেনেকুৱা ক্ষেত্ৰত শিক্ষকৰ পঢ়োতে বৰিং লাগি যায় আৰু নাম্বাৰ কম কৈ দি দিয়ে। 




অসমীয়া জতুৱা ঠাঁচত এখাৰ কথা আছে অলপ কে খাওক কিন্তু ভালকৈ খাওক গতিকে আপুনি আপোনাৰ project বেছি দীঘল কৰাৰ দৰকাৰ নাই। যিখিনি লিখিব ভালকৈ লিখিব। আৰু সদায় first পেজটো ভালকৈ অৰ্থপূৰ্ণ বাক্যৰে লিখিবলৈ চেষ্টা কৰিব। 90 শতাংশ case ত শিক্ষকে first পেজ পঢ়িয়ে আপোনাক নাম্বাৰ দিয়ে, কিয়নো হাজাৰ হাজাৰ project চাবলৈ শিক্ষকৰ অধিক সময় গুচি যায়। সেই হেতুকে first page টো পঢ়ি যদি শিক্ষকৰ ভাল লাগে তেন্তে আপুনি full marks পাবলৈ সক্ষম হব। 

আপুনি আমাৰ এই নিবন্ধটো পঢ়ি কেনেকুৱা পালে। নিশ্চয় ভাল পালে। এতিয়াই আপুনি আপোনাৰ বন্ধু বৰ্গৰ লগত WhatsApp ত shear কৰক। যাতে তেওঁলোকেও পৰীক্ষাৰ assignment ত full mark's পাবলৈ সক্ষম হয়। আৰু next এনেকুৱা interesting আৰু knowledgeable article পঢ়ি থাকিবলৈ আপোনাৰ এমেইলেৰে আমাৰ ৱেবচাইট subscribe কৰক। আমি post upload কৰিলে আপোনাক notification পঠাই দিম। 






Post a Comment

1 Comments

Close Menu