Ad Code

What is the meaning of the Assamese song Turut turut ? Turut turut meaning in Assamese_Sereki album 2017

 What is the meaning of the Assamese song Turut turut ? Turut turut meaning in Assamese_Sereki album 2017


Turut turut অসমীয়া ভাষাৰ এটা অতি সুন্দৰ গীত। গান টো ৰিলিছ হোৱাৰ পিছৰে পৰা আজি লৈকে অসমীয়া মানুহৰ মাজত অতি জনপ্ৰিয়। প্ৰতিটো অসমীয়াৰ মুখে মুখে মাথোঁ turut-turut….. turut-turut… turut turut….. 


Turut turut গান টো 2017 চনত মুক্তি লাভ কৰে। গান টো sereki এলবামৰ মাজেৰে মুক্তি পায়। গানটোৰ নাম ghurai o ghurai ghurai sereki….. কিন্তু অসমীয়াৰ মুখত অকল o deha Turut turut….


Turut turut শব্দটো malayalam ভাষাৰ শব্দ। ইয়াৰ অৰ্থ ইংৰাজী ভাষাত হল roping. অসমীয়া ভাষাত ইয়াৰ অৰ্থ হব এটা ৰছীৰে দুয়োজনক বান্ধি ৰাখা। অৰ্থাৎ turut turut শব্দৰে লিখকে গানটোৰ অভিনেতা আৰু অভিনেত্ৰী keshor আৰু pallabi ৰ ভালপোৱাক একেলকে এটা ৰছীৰে বান্ধি ৰখাৰ চেষ্টা কৰিছে। তেওঁলোকে যাতে কেতিয়াও এজনৰ পৰা আনজন বেলেগ হব নোৱাৰে সেই উদ্দেশ্যে turut turut শব্দটো ব্যৱহাৰ কৰিছে।


অসমীয়া ভাষাত teacher Day special


গানটোৰ লগত জৰিত হৈ থকা ব্যক্তি সকলৰ নাম:


Lyrics: Tyson Bongjang

Singer: Mukul Baba & Subasana Dutta

Artist হৈছে: Pallabi আৰু keshor

Music sound: Kukil Singha 

Editor হৈছে : Rupam Kalita

Production Designer : Manoj meshra

Producer : Namita Devi

Recordist By Ripu Mohan

Make up: Subash & Bipanchi

Asstt: Choreographer

Cenematograwphy by Bipul Das

 Album name: Sereki 2017

Studio Raj music.


বন্ধু বান্ধৱী সকল article টো পঢ়ি কেনেকুৱা পালে comment box ত জনাব। আৰু WhatsApp ত আপোনাৰ friends ৰ লগত shear কৰি দিওক। যদি এনেকুৱা interesting কথা জানিব বিচাৰে এতিয়াই email ৰে Subscribe কৰক আৰু Turut turut শব্দৰ অৰ্থ হল দুজনক এটা ৰছীৰে বান্ধি ৰাখা। গতিকে আপুনি নিশ্চয় ইতিমধ্যেই গমেই পাইছে। আজিৰ কাৰণে ইমানেই। আকৌ আহিম অসমীয়া ভাষাৰ নতুন নতুন টপিকৰ হৈতে, তেতিয়া লৈকে tata bye bye.


How to get quality sleep in a faster way

Top 10 successful habit of successful people

• Best career Option after 10th 12th pass,

Actor SonuSood Helping pore people







 


Post a Comment

0 Comments

Close Menu