Ad Code

ডক্তৰ দিৱস স্পেচিয়েল_1 July Doctor's Day special_in assamese_Dr Bidhan Chandra Roy in assamese

 ডক্তৰ দিৱস স্পেচিয়েল_1 July Doctor's Day special in assamese_Dr Bidhan Chandra Roy_Hokibjoddar




"সেই মহান ব্যক্তি সকলৰ উপৰত কৃতজ্ঞ জ্ঞাপন কৰিছোঁ যিসকলে নিজৰ জীৱন মৃত্যুৰ মুখত ৰাখি আনক নতুন জীৱন দিবলৈ দিনে ৰাতি যুঁজি আছে"


আজি 1 July, Doctor's Days, আজি সেইসকল মহান ব্যক্তসকলৰ দিন যিসকলে আমাক এটা সুন্দৰ জীৱন দিবলৈ Corona মহামাৰীৰ লগত যুঁজি আছে। আমি সকলোয়ে তেওঁলোকৰ মহান কৰ্মৰ কাৰনে খুবেই কৃতজ্ঞ। 


5 July কিয় Doctor's Day হিচাপে পালন কৰা হয় ?



West Bangle ৰ মুখ্য মন্ত্ৰী তথা Dr. Bidhan Chandra Roy ৰ জন্ম তথা মৃত্যু দিৱস হিচাপে প্ৰতি বছৰৰ 1 July তাৰিখে Doctor's Day হিচাপে পালন কৰা হয়।

আজি কালি ভাল doctor পোৱা টান। কিন্তু তেনেকুৱা এজন সৎ চৰিত্ৰৰ মানু্হ আছিল Bidhan Chandra Roy. তেওঁ 1 July 1882 চনত জন্ম গ্ৰহণ কৰিছিল আৰু 1962 চনৰ 1 July তাৰিখে এই পৃথিৱীৰ পৰা চিৰ বিদাই মাগে। তেওঁৰ বিদেশী আত্মাৰ শান্তি কামনা কৰিয়ে, 1 July তাৰিখে ডক্তৰ দিৱস পালন কৰা হয়।



Bidhan Chandra Roy এ, "ভিক্টোৰিয়া ইনষ্টিটিউট, চিত্তৰঞ্জন কেন্সাৰ হস্পিটাল, যাদৱপুৰ TB হস্পিটাল, চিত্তৰঞ্জন সেৱা সাদন, আৰু মহিলা আৰু শিশু সকলৰ বাবে  চিত্তৰঞ্জন সেৱা সাদন"। এনেকুৱা ধৰণৰ বহুতো মেডিকেলত কাম কৰিছিল। তেঁও এজন সত্যবাদী আৰু কৰ্মনিষ্ঠ ডক্তৰ আছিল। 


ভাৰত বৰ্ষত প্ৰতি বছৰে The Indian medical association ৰ দ্বাৰা Doctors Day পালন কৰা হয়। 

প্ৰতি বছৰৰ ডক্টৰ দিৱসৰ মূল বিষয় বেলেগ বেলেগ হয়। 2021 চনৰ মূল বিষয় হল " Be save From the Corona Virus"


Teacher Day special

ডক্তৰ দিৱসৰ দিনটোত ডক্তৰ সকলৰ নিয়ম নীতিৰ বিষয়ে আলোচনা কৰা হয়। ডক্তৰ সকলে কেতিয়াও ৰোগীক থৈ বহি থাকিব নোৱাৰে। ডক্তৰৰ বাবে ৰোগীয়ে মেইন।  ৰোগীক সুস্থ কৰি তুলটোৱে ডাক্তৰৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য।  



বৰ্তমান এই Corona মহামাৰীৰ সময়ত ভাৰতৰ লগতে গোটেই বিশ্বৰ ডক্তৰ সকলে দিনে নিশাই টোপনি নামাৰি কষ্ট কৰি গৈ আছে। নিজৰ স্বাস্থ্যৰ কথা নাভাবি, নিজৰ পৰিয়ালৰ কথা নাভাবি অকল সাধাৰত জনতাক এই মহামাৰীৰ পৰা বচাবলৈ না খাই নি পিন্ধি Duty কৰি আছে। Corona Virus ত 748 জন ডাক্তৰৰ মৃত্যু হৈছিল। আৰু তাৰপিছত দ্বিতীয় Corona Virus ৰ প্ৰভাৱত 798 জন ডাক্তৰৰ মৃত্যু ঘটে।  ইমান বোৰ ত্যাগৰ বিনিময়ত আমি তেওলোকক অশেষ কৃতকাৰ্যতা জ্ঞাপন কৰিছো। 


International Yoga day  of 2021-2022

 ভগৱানে যাতে সকলোকে মঙ্গল কৰে, আৰু এই Corona মহামাৰী ৰোগ আৰু সকলো ধৰণৰ ৰোগৰ পৰা আমাক ৰক্ষা কৰে। আজি 1 July ডক্তৰ দিৱস উপলক্ষে পৃথিৱীৰ সকলো ডক্তৰলৈ Doctor দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ভগৱানে সকলো ডক্টৰৰ মঙ্গল কৰক, 



Hi, মই Hokib,

আপোনালোকে এই Article পঢ়ি নিশ্চয় ডক্টৰ দিৱসৰ বিষয়ে বহুতো কথা গম পালে। কিয় ডক্টৰ দিৱস পালন কৰা হয়, Bidhan Chandra Roy কোন হয় ইত্যাদি ধৰণৰ বহুতো কথা শিকিলে। গতিকে এতিয়া  WhatsApp ত আপোনাৰ Friend ৰ লগত share কৰক। সকলোকে ডক্টৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।


Post a Comment

0 Comments

Close Menu