পৃথিৱীৰ 5 টা মহাসাগৰ কি কি ? মহাসাগৰ কাক বোলে ? 5 mahasagar name in Assamese, প্ৰশান্ত, আটলান্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰ

 

What is the 5 mahasagar name in Assamese?

পৃথিৱীৰ 5 টা মহাসাগৰ কি কি ? আৰু মহাসাগৰৰ বিষয়ে নজনা বহুতো কথা।



১/ প্ৰশান্ত মহাসাগৰ 

২/ আটলান্টিক মহাসাগৰ

৩/ ভাৰত মহাসাগৰ

৪/ Antartika মহাসাগৰ বা দক্ষিণ মহাসাগৰ

৫/ উত্তৰ মহাসাগৰ

                                                                     


আমাৰ পৃথিৱীৰ ৭১ শতাংশ অকল পানীৰে আৱৰি আছে। বাকী 29 শতাংশ হে মাটি আছে। এই ৭১ শতাংশ পানী পাঁচটা মহাসাগৰে আৱৰি আছে। আৰু ২৯ শতাংশ মাটি ৭ টা মহাদেশে আৱৰি আছে। সেইবোৰ হল- 

১/ এছিয়া।

২/আফ্ৰিকা।

৩/ ইউৰোপ।

৪/উত্তৰ আমেৰিকা ।

৫/দক্ষিণ আমেৰিকা।

৬/অষ্ট্ৰেলিয়া।

৭/এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ।



আজি আমি এইটো নিবন্ধত পাঁচটা মহাসাগৰৰ বিষয়ে আলোচনা কৰিম। গতিকে গোটেই নিৱন্ধটো ভালকৈ পঢ়িব। আশা কৰোঁ আজি আপুনি মহাসাগৰৰ বিষয়ে বহু কথা জানিব পাৰিব।


পৃথিৱীৰ জল আৰু স্থল ভাগৰ জলভাগ পাঁচটা মহাসাগৰে আৱৰি ৰাখিছে। সেই মহাসাগৰ বোৰ হল-


১/ প্ৰশান্ত মহাসাগৰ (Specific Ocean) প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ। এই মহাসাগৰ পৃথিৱীৰ এক তৃতীয় অংশ আৱৰি আছে। প্ৰশান্ত মহাসাগৰ ১৬২.২ নিযুতবৰ্গ কিলোমিটাৰ।  মাটিকালিৰ ক্ষেত্ৰত প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰৰ দুগুনতকৈ অধিক। ই পৃথিবীৰ সৰ্ববৃহৎ মহাসাগৰ। প্ৰশান্ত মহাসাগৰৰ উত্তৰত উত্তৰ আমেৰিকা, আৰু দক্ষিণ আমেৰিকা অৱস্থিত।  প্ৰশান্ত মহাসাগৰ আজিৰ পৰা 150 million বছৰ আগত সৃষ্টি হৈছিল। এই মহাসাগৰক শান্ত মহাসাগৰ হিচাপে দেখা পোৱা যায় সেইবাবে ইয়াক specific Ocean নাম দিয়া হৈছে।  প্ৰশান্ত মহাসাগৰ হল চীন, জাপান, অষ্ট্ৰেলিয়া, কানাডা আদি দেশসমূহৰ সীমাৰেখা। এই মহাসাগৰ অকল এই মহাসাগৰৰ গভীৰতা 3800 মিটাৰ অৰ্থাৎ 12467 ফুট ।  এই মহাসাগৰত 25 হাজাৰতকৈয়ো  অধিক দ্বীপ আছে। এই মহাসাগৰৰ চাৰিওফালে জ্বলামূখিয়ে আৱৰি ৰাখিছে।


How to overcome stress and anxiety


২/। আটলান্টিক মহাসাগৰ :-
আটলান্টিক মহাসাগৰ হল পৃথিবীৰ দ্বিতীয় সৰ্ববৃহৎ মহাসাগৰ। এই মহাসাগৰৰ মাটিকালি 106.5 বৰ্গ কিলোমিটাৰ। আটলান্টিক মহাসাগৰৰ আকাৰ ইংৰাজী বৰ্ণমালাৰ S আখৰৰ দৰে। এই মহাসাগৰৰ বদ্বীপসমূহ হল _ এছিয়া,(Asia) আফ্ৰিকা,(Africa) নৰ্থ আমেৰিকা,(North America) আৰু চাউথ আমেৰিকা,( South America). এই মহাসাগৰৰ গভীৰতা ৩৩৩৯ মিটাৰ। পৃথিৱীৰ সৰ্ববৃহৎ দ্বীপ (Island) Greenland এই আটলাণ্টিক মহাসাগৰত অৱস্থিত।  আমাজন,(Amazon) মিছিছিপি ( Michichipi), কংগো (Congo) আদিৰ নিচিনা ডাঙৰ ডাঙৰ নদী আটলাণ্টিক মহাসাগৰত লগ হয়।  বিজ্ঞানীৰ মতে এই মহাসাগৰৰ পাৰত হীৰা পোৱা যায়। এই মহাসাগৰৰ উপৰেদি জাহাজ পাৰ হব নোৱাৰে। 1912 চনত টাইটানিক ( Titanic ) জাহাজ এই মহাসাগৰতে ডুব গৈছিল। 


How a 24 years old boy buy Marcedes


৩/ ভাৰত মহাসাগৰ :- ভাৰত মহাসাগৰ হল পৃথিবীৰ তৃতীয় আটাইতকৈ  ডাঙৰ মহাসাগৰ। এই মহাসাগৰৰ আকৃতি ইংৰাজী বৰ্ণমালা M আখৰৰ দৰে। ইয়াক প্ৰথমে Estern Ocean বা estern star নামেৰে জনা গৈছিল। এই মহাসাগৰক ৰত্নাকৰ নামেৰেও জনা যায়। কিয়নো ইয়াত অতি মূল্যবান ধাতু পোৱা যায়। এই মহাদেশৰ উত্তৰ ভাগত ভাৰতবৰ্ষ, আৰু বাংলাদেশ অৱস্থিত।  এই মহাসাগৰৰ তাপমান ২৮° চেলচিয়াছ বা ইয়াতকৈ অধিক দেখিবলৈ পোৱা যায়। সেইবাবে এই মহাসাগৰ প্ৰাণীৰ জীৱন যাপনৰ বাবে উপলব্ধ নহয়।  এই মহাসাগৰৰ গভীৰতা 12990 ফুট।  Mumbai, Singapore,  Durban অাৰু Colombo হল ভাৰত মহাসাগৰৰ ওচৰত থকা জনপ্ৰিয় ঠাই।


৪/ Antarctic মহাসাগৰ বা দক্ষিণ মহাসাগৰ :-  মহাসাগৰৰ লিষ্টত 4 নম্বৰত আছে Antarctic মহাসাগৰ। এই মহাসাগৰ   Antartika ক আৱৰি ৰাখিছে কাৰনে ইয়াক Antarctic মহাসাগৰ বুলি কোৱা হয়।  এই মহাসাগৰ পৃথিবীৰ আটাইতকৈ দক্ষিণ দিশত অৱস্থিত সেইকাৰণে ইয়াক দক্ষিণ মহাসাগৰ বুলিও কোৱা হয়।  ইয়াৰ লগতে ইয়াক দক্ষিণ ধ্ৰুবিও মহাসাগৰ নামেৰেও জনা যায়।  1953 চনত এই Antarctic মহাসাগৰ অৰ্থাৎ দক্ষিণ মহাসাগৰক মহাসাগৰৰ লিষ্টৰ পৰা ওলাই দিয়া হৈছিল। সেইসময়ত চাৰিটা মহাসাগৰ আছে বুলি হে ধৰা হৈছিল। প্ৰথমে ইয়াক কেৱল ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰৰ অংশ বুলি হে ভবা হৈছিল।কিন্তু 2000 চনত international hydrographic organisation এ ইয়াক পুনৰাই মহাসাগৰ বুলি স্বীকৃতি দিয়ে।  এই মহাসাগৰ আৱৰি থকা একমাত্ৰ দ্বীপ খনৰ নাম  Antartika. এই সাগৰৰ গভীৰতা ৪০০০- ৫০০০ মিটাৰ। পৃথিবীৰ ৯০% বৰফ এই মহাসাগৰত পোৱা যায়। ইয়াৰ জলবায়ু -২° ৰ পৰা -১০° লৈকে থাকে।  এই মহাসাগৰক পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই বুলি কোৱা হয়। ইমান ঠাণ্ডা হোৱাৰ পিছতো প্ৰতি বছৰে লাখ লাখ মানুহ দক্ষিণ মহাসাগৰৰ পাৰত পিকনিক (picnic) খাবলৈ যায়। তাতে বলগা ভালুক, পেংগুইনৰ লগতে blue-wheel মাছ পোৱা যায়।


One video viral and changed his life


৫/ উত্তৰ মহাসাগৰ:- পৃথিবীৰ আটাইতকৈ সৰু সৰু উতলা মহাসাগৰ হল উত্তৰ মহাসাগৰ। এই মহাসাগৰৰ গভীৰতা 1000 কিলোমিটাৰ।  এই মহাসাগৰৰ জলবায়ু -২° । এই মহাসাগৰত পৃথিবীৰ আটাইতকৈ বেছি প্ৰকাৰৰ মাছ পোৱা যায়। এই মহাসাগৰৰ দাতিকাখত বিভিন্ন Discovery Research কেন্দ্ৰ আছে।

এই পাঁচ মহাসাগৰে পৃথিৱী খনক এটা সুন্দৰ বাতাবৰণ দান কৰিছে। এই মহাসাগৰ বোৰৰ কাৰনে সাগৰ পৰিয়া মানুহবিলাক মাছ মাৰি জীৱিকা কৰি খাব পাৰিছে। আমি লাভ কৰা ৯০% অক্সিজেন (Oxygen) সাগৰৰ পৰা পোৱা যায়। ইয়াৰ ওপৰিও মহাসাগৰৰ কাৰনে লাখ লাখ প্ৰজাতিৰ প্ৰাণী জীয়াই থাকিব পাৰিছে। এই সাগৰ বোৰে মানৱ জীৱন সহজ কৰি তুলিছে। মানৱ জাতিৰ কোনো কামৰ বাবে এই মহাসাগৰ বোৰৰ যাতে কোনো ধৰনৰ বিনষ্ট নহয় সেই দিশত গুৰুত্ব দিব লাগিব।



Post a Comment

Previous Post Next Post