Ad Code

অসমীয়া থিয়েটাৰ বা নাটক এটা কেনেকৈ লিখা হয় ? Abhijeet bhatyacharya Theater

 

অসমীয়া থিয়েটাৰ বা নাটক এটা কেনেকৈ লিখা হয় ?

অসমত প্ৰতি বছৰে থিয়েটাৰ অনুষ্ঠিত কৰা হয়। প্ৰতি বছৰে বিহু, পূজা-পাৰ্বনত অসমীয়া অসমীয়া পতা হয়। অসমীয়া মানুহৰ ভালপোৱা আৰু মৰমৰ কাৰনে বহু বছৰ ধৰি অসমত theater চলি আছে।  বিশেষকৈ লক্ষ্মী পূজাৰ সময়ত অসমত প্ৰচুৰ পৰিমাণে theatre চলে। তাৰে ভিতৰত আৱাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, হেঙুল থিয়েটাৰ, ইতিহাস থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ, সূৰ্য্য থিয়েটাৰ, বৃন্দাবন থিয়েটাৰ, ৰাজমুকুট থিয়েটাৰ, ইত্যাদি অতি জনপ্ৰিয়।

থিয়েটাৰ আমি সকলোৱে চাই ভালপাও। আজি এই নিবন্ধত আমি শিকিম, Theater এটা কেনেকৈ লিখা হয় ? কেনেকৈ এটা থিয়েটাৰৰ আৰম্ভণি হয়। প্ৰথম থিয়েটাৰৰ নাম কি ? অসমবাসী ৰাইজে কিয় theater ভাল পাই ?

আৰম্ভণি- Getting Started: Setting the Scene
Drama Theatre এটা লিখিবলৈ প্ৰথমে আপোনাক ভাবিব লাগিব। বহিত লিখাৰ আগতে আপোনাৰ মগজুত drama script ready হব লাগিব। Drama লিখিবলৈ আপোনাৰ কল্পনা শক্তি অধিক হব লাগিব। নাটক এখন লিখিবলৈ প্ৰথমে নাটক খনৰ চৰিত্ৰৰ নাম লিখিব লাগিব। বহুতৰ বাবে আৰম্ভনি কৰিবলৈ অসবিধা হয়। কেনেকৈ আৰম্ভ কৰিব, কৰ পৰা আৰম্ভ কৰিব। নাটকৰ চৰিত্ৰৰ নাম কি ৰাখিব।  সেইবিলাক বিষয়ক লৈ হাবাধুৰি খাব লগা হয়। আপোনাক প্ৰথমে  ভাল জনপ্ৰিয় theatre এটা লিখিবলৈ হলে প্ৰথমতে তাৰ আৰম্ভণি অতি সুন্দৰ ভাৱে উপস্থাপন কৰিব লাগিব। মানুহে কয় যি মূলা বাঢ়ে তাৰ দুপাততে চিন। গতিকে আপোনাৰ drama ৰ আৰম্ভণি সুন্দৰ হলে হে মানুহে আপোনাৰ নাটক খন ভাল পাব।

Create a excitement scene

আৰম্ভণিৰ পিছত যিটো main কাম সেইটো হল দৰ্শক সকলক আপোনাৰ নাটকৰ প্ৰতি আকৃষ্ট কৰক। নাটকৰ আৰম্ভনি চাই মানুহ চিয়ৰ বাখৰ কৰিব লাগিব। পাগল হৈ যাব লাগিব নাটক চাবলৈ। তেতিয়া হে আপোনাৰ নাটক মানুহে ভাল পাব। তেতিয়া হে আপুনি এজন জনপ্ৰিয় লিখক হব পাৰিব। অসমত তেনেকুৱা এজন writter হল Abhijeet bhatyacharya. তেওঁ এজন জনপ্ৰিয় শিল্পী। তেওঁৰ নাটক চাবলৈ মানুহ পাগল। তেওঁৰ প্ৰতিটো নাটক superhit হয়।

  যদি আপোনালোকে Abhijeet bhatyacharya ৰ বিষয়ে অধিক জানিব খোজে comment কৰি জনাওক। 

Post a Comment

0 Comments

Close Menu